Bhalpau Moi Tumake Lyrics ভালপাওঁ মই তোমাকে

Print Friendly, PDF & Email
Rate this post

Bhalpu moi Tumake lyrics” a very sweet and romantic Assamese music by Rakesh Reeyan and Namrata Priyam.

Song : Bhalpau Moi Tumake

Singer : Rakesh Reeyan and Namrata Priyam

Lyrics and Composition – Rekibul Hassan

Music Production – Typhoon & Pincool

Bhalpuktmoy Tumake Lyrics

চেঙেলীয়া চকু

লাগি ৰয় তোমাতে অ’…

কুমলীয়া বুকু

নদী হয় মৰমক লৈ

আঁকি দিয়া মনতে মোৰ

ৰামধেনুৰে ৰঙবোৰ

ৰিঙা ৰিঙা মোৰ মনক জীয়াবলে

ভালপাওঁ মই তোমাকে

সপোন দেখো তোমাৰে

জীয়াই আছো তোমাতে.. তোমাতে

ভাল লাগে তুমি কথা পাতিলে

ৰ লাগি মোক চাই থাকিলে

বৈ আহে বাসনা বুকুলে… বুজিও নুবুজা

লৈ যোৱা একেবাৰে কাষলৈ

কি আছে কিয় ভাবো আগলৈ

ৰৈ আছো তোমাৰে হবলৈ.. জানিও নাজানা

প্ৰেমৰ পাৰিজাত

মোৰে কলিজাত

ফুলি ৰ’ব তুমি আহিলে

তোমাৰ নহলে

নহওঁ কাৰোৰে

কথা দিলোঁ কথা দিবানে

What’s your Reaction?
+1
0
+1
0
+1
0
+1
0
+1
0
+1
0
+1
0

Leave a Comment